Loading...
「ツール」は右上に移動しました。
利用したサーバー: natural-voltaic-titanium
264いいね 6450回再生

UKHAHOTE - Prasanna Jyoti | Zessim Ahmed | Lakhiranjan | New Assamese Song 2024

Audio Credits


Vocal & Music:Prasanna Jyoti

Lyrics: Zessim Ahmed

Tune: Zessim-Prasanna

Backing vocal: Parishmita Sharma

Strokes:Chandan Mahanta

Bass Guitar:Rocktim Sarmah

Flute:Lakhiranjan & Bishwajit Sonowal


Recording/Mixing/Mastering @Studio CHANTaudio by Lakhiranjan


Video Credits:

Animation & Editing: S. Khirud

Story:Zessim

Poster Design:Tapan kr. Talukdar


Special Thanks:

Ruma Das(Maa)
Rashmi Kush
Simanta Baruah(Ward Councillor)
Prince Parashar
Ratul Burhagohain
Hiranya Koushik Borah
Devid Burhagohain
Jatin Lahan
Tomas Burhagohain
Upasona Goswami
Sanjib Biswas
Dipika Baruah
Arindam Gogoi
Dibakar Dutta
Pallab Jyoti Baruah
Moitrayee Baruah
Silpisikha Das
Reshmin Sultana Ahmed
Rinku Pathak
Prapti Gogoi
Madhujya Das
Animesh Dutta
Mandeep Das
Nistha Das
Bornil Bibek
Ashim Jyoti
Amit Das
Bijuli Das
All the members of
Greater Dibrugarh Press Club


क्यों है ये मीठी नज़दीकियाँ..
क्यों है चुप सी
तन्हाईयाँ..

तेरे हम यूं होने लगे
कहीं सागर से साहिल मिलें..



উশাহতে বাৰে বাৰে
তুমি তুমি লাগি আছে
হেঁপাহৰে আঁৰে আঁৰে साँवरे

উশাহতে বাৰে বাৰে
তুমি তুমি লাগি আছে
হেঁপাহৰে আঁৰে আঁৰে साँवरे

কোন দূৰণিৰ পৰা
জোনাকী হৈ উৰি আহা
তমসা কলিজাৰ বৰণীয়া

উশাহতে বাৰে বাৰে
তুমি তুমি লাগি আছে
হেঁপাহৰে আঁৰে আঁৰে साँवरे

অন্তৰা:১

উন্মনা মনত
ঢৌৱে স'তে বাউলী
সোণকণা প্ৰাণত
মিচিকিয়াই ঢালি

দিন মই অকুলি
তুমি হেঙুলী বেলি
হেৰুৱাও কেনেকৈ পৰিধি


উশাহতে বাৰে বাৰে
তুমি তুমি লাগি আছে
হেঁপাহৰে আঁৰে আঁৰে साँवरे ।


অন্তৰা:২

মৰহা ফুলৰ জানো
অচিনাকি সুৰভি
সেই দিনলে কৰোঁ
তোমাকে মই লগৰি

চেতনাৰ শেষতো
থাকা যেন সুঁৱৰি
ধূলিয়ৰি হ'লেওঁ তাহানি


উশাহতে বাৰে বাৰে
তুমি তুমি লাগি আছে
হেঁপাহৰে আঁৰে আঁৰে साँवरे।

コメント